APDCL MORAN

APDCL MORAN Assam Power Distribution Company Limited (APDCL) is a public limited company whole owned by the Government of Assam.

It was incorporated on the 23rd day of October 2009 and has been registered under Indian Companies Act 1956. Moran Electrical Sub-Division is entrusted with the responsibility of distribution and maintenance of power in Moran town and its vicinity areas such as Sepon, Khowang, Lengeri, Kachumari etc. There are currently 5 nos of 33/11 kV Sub-Stations under Moran ESD namely - (1) 33/11 kV Moran Sub

-Station,
(2) 33/11 kV Sepon Sub-Station,
(3) 33/11 kV Kachumari Sub-Station,
(4) 33/11 kV Khowang Sub-Station,
(5) 33/11 kV Bamunbari Sub-Station.

মৰাণ বিদ্যুৎ উপ-সংমণ্ডলৰ বিভিন্ন অঞ্চলত কৰ্মচাৰীসকলে  আগবঢ়োৱা সেৱাৰ কিছু দৃশ্য ।
14/08/2026

মৰাণ বিদ্যুৎ উপ-সংমণ্ডলৰ বিভিন্ন অঞ্চলত কৰ্মচাৰীসকলে আগবঢ়োৱা সেৱাৰ কিছু দৃশ্য ।

পোহৰৰ বাবে প্ৰতিটো মুহূৰ্ততে কৰ্মৰত APDCL মৰাণ। 🙏
02/08/2026

পোহৰৰ বাবে প্ৰতিটো মুহূৰ্ততে কৰ্মৰত APDCL মৰাণ। 🙏

মৰাণ বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ বিভিন্ন এলেকাত বিদ্যুৎ ব্যৱস্থা অধিক নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত কৰি ৰাখিবলৈ চলি থকা মেৰামতি...
29/07/2026

মৰাণ বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ বিভিন্ন এলেকাত বিদ্যুৎ ব্যৱস্থা অধিক নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত কৰি ৰাখিবলৈ চলি থকা মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ কামৰ কিছু মুহূৰ্ত এই ছবিসমূহৰ জৰিয়তে দাঙি ধৰা হৈছে।

চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত বানপানীৰ পানী ক্ৰমে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত মৰাণ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰিকৰী দলৰ নিৰন্তৰ ...
23/07/2026

চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত বানপানীৰ পানী ক্ৰমে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত মৰাণ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰিকৰী দলৰ নিৰন্তৰ প্ৰচেষ্টাত আজি দিচাং পানী, ডবা, পাটসাকো, মৰাণজান ,টিফুক ,কচুপথাৰ , ধেমাজিবিল আদি বিভিন্ন এলেকাত সফলতাৰে পুনৰ বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে।
তথাপিও, চাৰি পাঁচখন মান গাঁও অঞ্চলত বৰ্তমানেও বানপানীৰ পৰিস্থিতি আৰু বৈদ্যুতিক সুৰক্ষাৰ দিশ বিবেচনা কৰি বিদ্যুৎ সংযোগ প্ৰদান কৰাৰ বাবে উপযোগী পৰিৱেশ সৃষ্টি হোৱা নাই। পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে উক্ত অঞ্চলতো অতি সোনকালে বিদ্যুৎ সংযোগ পুনঃস্থাপন কৰা হ'ব।
ৰাইজক ধৈৰ্য্য আৰু সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলোকে বৈদ্যুতিক সুৰক্ষাৰ নিয়ম মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে।
– মৰাণ বিদ্যুৎ উপ-সংমণ্ডল
অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL)

🔊মৰাণ বিদ্যুৎ উপ-সংমণ্ডলৰ পৰা জনসাধাৰণলৈ জৰুৰী সজাগতা আহ্বান 📢চৰাইদেউ জিলাৰ বিভিন্ন এলেকাত চলি থকা ভয়াৱহ বানপানীৰ ফলত ব...
21/07/2026

🔊মৰাণ বিদ্যুৎ উপ-সংমণ্ডলৰ পৰা জনসাধাৰণলৈ জৰুৰী সজাগতা আহ্বান 📢
চৰাইদেউ জিলাৰ বিভিন্ন এলেকাত চলি থকা ভয়াৱহ বানপানীৰ ফলত বহুতো গাঁও এতিয়াও বানৰ কবলত আছে। এনে পৰিস্থিতিত সকলো ৰাইজক সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে🙏

19/07/2026
 #মৰাণ_বিদ্যুৎ_উপসংমণ্ডল
17/07/2026

#মৰাণ_বিদ্যুৎ_উপসংমণ্ডল

যোৱা নিশা প্ৰায় ১:৩০ বজাত, চেপন নিয়ন্ত্ৰণ কক্ষলৈ সৰবৰাহ হোৱা ৩৩ কে.ভি. বিদ্যুৎ পৰিবাহী লাইনৰ ওপৰত ঝলম অঞ্চলত এজোপা  গছ...
16/07/2026

যোৱা নিশা প্ৰায় ১:৩০ বজাত, চেপন নিয়ন্ত্ৰণ কক্ষলৈ সৰবৰাহ হোৱা ৩৩ কে.ভি. বিদ্যুৎ পৰিবাহী লাইনৰ ওপৰত ঝলম অঞ্চলত এজোপা গছ উভালি পৰাৰ ফলত লাইনৰ যথেষ্ট ক্ষতি সাধন হয়।
বৰ্তমান APDCL-ৰ কৰ্মচাৰীসকলে ক্ষতিগ্ৰস্ত লাইন মেৰামতিৰ কাম তৎপৰতাৰে অব্যাহত ৰাখিছে যাতে অতি সোনকালে বিদ্যুৎ যোগান স্বাভাৱিক কৰিব পৰা যায় ।

আজি মৰাণ বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ বিভিন্ন এলেকাত নিৰৱচ্ছিন্ন আৰু নিৰাপদ বিদ্যুৎ যোগান নিশ্চিত কৰাৰ উদ্দেশ্যে বিদ্যুৎ মে...
14/07/2026

আজি মৰাণ বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ বিভিন্ন এলেকাত নিৰৱচ্ছিন্ন আৰু নিৰাপদ বিদ্যুৎ যোগান নিশ্চিত কৰাৰ উদ্দেশ্যে বিদ্যুৎ মেৰামতিৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত বিপদজনকভাৱে ওলমি থকা গছৰ ডালসমূহ কাটি পৰিষ্কাৰ কৰাৰ কাম সফলভাৱে সম্পন্ন কৰা হয়।

Address

Moranhat

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Telephone

+917099428696

Alerts

Be the first to know and let us send you an email when APDCL MORAN posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to APDCL MORAN:

Shortcuts

Share