21/03/2024
বৰপেটা ৰোড বৈদ্যুতিক উপ সংমণ্ডলৰ কালজাৰ ফিডাৰৰ অন্তৰ্গত সন্মানীয় বিদ্যুত উপভোক্তা সকলক জনোৱা হল যে বৰষুণ আৰু ধুমুহাৰ ফলত আপোনালোকৰ আশেপাশে যদি বৈদ্যুতিক তাৰ বা বৈদ্যুতিক খুটা ভাঙি মাটিত পৰি থকা দেখা পাই, তাৎক্ষণিক ভাৱে আপোনালোকৰ ওচৰৰ তলত দিয়া নম্বৰ সমুহৰ লগত যোগাযোগ কৰি খবৰ দি আপোনাৰ লগতে আন মানুহ নাইবা জীৱ জন্তু সকলোকো নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰে যেন ।
ধুমুহা বৰষুণ ৰ সময়ত সদায় সাৱধান হওক।
যিকোনো আপদকালীন পৰিস্থিতিৰ সন্মুখীন হলে 1912 ত ফোন কৰক অথবা আমাৰ বিভাগীয় কমম্প্লৈন নম্বৰত ফোন কৰিব-
কৃষ্ণ বৰ্মণ:-086388 39740
শ্বাহজাহান:-086383 24279
আজমত আলী:-099575 08028
বিপুল বৰ্মণ:-091010 79129
ধন্যবাদ।