Dikom fuel station

Dikom fuel station Petroleum & CNG

নমস্কাৰ! ডিকম পেট্ৰল পাম্পলৈ আপোনালোকক আন্তৰিক স্বাগতম। আমাৰ ইয়াত বিশুদ্ধ ইন্ধন, সঠিক জোখ আৰু ১৬ ঘণ্টা সেৱা উপলব্ধ। আপোন...
11/07/2026

নমস্কাৰ!
ডিকম পেট্ৰল পাম্পলৈ আপোনালোকক আন্তৰিক স্বাগতম। আমাৰ ইয়াত বিশুদ্ধ ইন্ধন, সঠিক জোখ আৰু ১৬ ঘণ্টা সেৱা উপলব্ধ। আপোনাৰ সেৱাৰ বাবে আমি সদায় সাজু।
ধন্যবাদ।


05/07/2026
Today's rates 📌📌
05/07/2026

Today's rates 📌📌

04/07/2026

আপোনালোকে বজাৰ মূল্যত পেট্ৰল, ডিজেল আৰু CNG গেছ পাব। আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতা পাম।
ধন্যবাদ।



গ্ৰাহকে হৈছে ভগৱান স্বৰূপ।গ্ৰাহকৰ আগমন দেখি পাম্পত কৰ্ম কৰি থকা গাভৰু কেইগৰাকীয়ে মনৰ স্ফুৰ্তিত গাড়ী ওপৰত উঠি তেল প্ৰদান...
03/07/2026

গ্ৰাহকে হৈছে ভগৱান স্বৰূপ।
গ্ৰাহকৰ আগমন দেখি পাম্পত কৰ্ম কৰি থকা গাভৰু কেইগৰাকীয়ে মনৰ স্ফুৰ্তিত গাড়ী ওপৰত উঠি তেল প্ৰদান কৰা দৃশ্যাংশ এই পেজত শ্বেয়াৰ কৰিলোঁ।



কিছুমান বিশেষ পৰিস্থিতিত পৰি বিগত কিছু দিন আমাৰ পাম্পৰ মূল্য বৃদ্ধি হোৱাৰ বাবে আমি দুঃখিত। কিন্তু এতিয়া সেই সমস্যাৰ পৰা...
03/07/2026

কিছুমান বিশেষ পৰিস্থিতিত পৰি বিগত কিছু দিন আমাৰ পাম্পৰ মূল্য বৃদ্ধি হোৱাৰ বাবে আমি দুঃখিত। কিন্তু এতিয়া সেই সমস্যাৰ পৰা আঁতৰি আজিৰ পৰা আমাৰ পাম্পত পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস পালে।
পেট্ৰল :- ১০৬.৪৫
ডিজেল :- ৯৭.৮৭
CNG:- ৮২.০৮
মূল্যত ক্ৰয় কৰিব পাৰিব।

ঠিকনা:- ইকৰাতলি (ডিকম)

ধন্যবাদ।

.

Address

Ekoratali
Dibrugarh

Opening Hours

Monday 6am - 10:30pm
Tuesday 6am - 10:30pm
Wednesday 6am - 10:30pm
Thursday 6am - 10:30pm
Friday 6am - 10:30pm
Saturday 6am - 10:30pm
Sunday 6am - 10:30pm

Website

Alerts

Be the first to know and let us send you an email when Dikom fuel station posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share