Golaghat Electrical Sub-Division 1 APDCL

Golaghat Electrical Sub-Division 1 APDCL Electricity Distribution Company

27/02/2026
02/10/2025

Due to Durga Maa immersion , for safety purpose all 11kV Feeders under Golaghat Electrical Sub division- 1 may be interrupted today i.e 02.10.2025 w.e.f 01:00 PM. till completion of the immersion process.
"Inconvenience caused is highly regretted."

15/09/2025

সাম্প্ৰতিক সময়ৰ প্ৰতিকূল বতৰ আৰু নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি, দৈয়াং, গেলাবিল আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলাখনৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে আৰু যিকোনো সাম্ভাব্য দূৰ্যোগ ব্যৱস্থাপনাৰ বাবে গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা নিম্নোল্লেখিত নীতি নিৰ্দেশনা পালন কৰিবলৈ সমূহ জিলাবাসীলৈ আহ্বান জনোৱা হ'ল । লগতে যিকোনো জৰুৰীকালীন পৰিস্থিতিত উদ্ধাৰ আৰু সহযোগিতাৰ বাবে হেল্পলাইন নম্বৰ ইয়াৰ লগত সংলগ্ন কৰা হ'ল ।

CMO Assam
Himanta Biswa Sarma
Kamakhya Prasad Tasa
Ajanta Neog
Atul Bora অতুল বৰা
Bhabendra Nath Bharali ভবেন্দ্ৰনাথ ভৰালী
Biswajit Phukan
Mrinal Saikia
DIPRO Golaghat
Directorate of Information and Public Relations, Assam

05/09/2025
Due to last night storm various areas under Merapani, Kachamari  and Jamuguri feeders are facing power outages. APDCL te...
17/08/2025

Due to last night storm various areas under Merapani, Kachamari and Jamuguri feeders are facing power outages.
APDCL teams are working continuously to restore the power as soon as possible.
Your cooperation is highly solicited.. 🙏

Due to continuous rain , various areas under Merapani, Kachamari , Furkating and Jamuguri feeders are facing power outag...
30/05/2025

Due to continuous rain , various areas under Merapani, Kachamari , Furkating and Jamuguri feeders are facing power outages.
APDCL teams are working continuously to restore the power as soon as possible.
Your cooperation is highly solicited.. 🙏

07/05/2025

কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাতো জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা আজি বিয়লি ৪:০০ বজাত গোলাঘাটৰ বি এছ এন এল কাৰ্যালয় প্ৰাংগনত আৰু নুমলীগড় শোধানাগাৰ লিমিটেডৰ প্ৰাংগনত সমান্তৰালকৈ এয়াৰ ৰেইড মক এক্সাৰচাইজ অনুষ্ঠিত হ'ব। মক ড্ৰিলৰ পিছত সন্ধিয়া ৭.০০ বজাৰ পৰা ৭: ১০ বজালৈ জিলাখনত ব্লেকআউট অনুশীলন কাৰ্যসূচী অব্যাহত থাকিব। গতিকে উক্ত ব্লেকআউটৰ সময়ত জনসাধাৰণক ঘৰ বা বিভিন্ন স্থানৰ সকলো লাইট বন্ধ কৰি ৰখাৰ লগতে খিৰিকী আৰু পৰ্দা বন্ধ কৰি শান্ত হৈ সজাগ আৰু সচেতন থাকিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হ'ল। লগতে নিম্নোক্ত নিৰ্দেশাৱলী মানি নিজৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ ৰাইজলৈ আহ্বান জনোৱা হ'ল

24/04/2025
22/03/2025

Address

Doss And Co
Golaghat
785621

Alerts

Be the first to know and let us send you an email when Golaghat Electrical Sub-Division 1 APDCL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Golaghat Electrical Sub-Division 1 APDCL:

Share

Category