Dream Industry & training center

Dream Industry & training center everything at one place whole home made and hand made products.

From chat pata pickle to traditional pitha and from your any dress to your kids dress with home decor everything what you need all are to door step

মোৰ পৰা কিবা এটা ল'ব দেই, মই ব্যৱসায় কৰিছো । এইবুলি ক'লো বুলিয়ে নল'লে উপায় নাই ল'বই লাগিব বুলি বস্তু নিকিনিব । যিয়ে নহওঁ...
31/01/2026

মোৰ পৰা কিবা এটা ল'ব দেই, মই ব্যৱসায় কৰিছো । এইবুলি ক'লো বুলিয়ে নল'লে উপায় নাই ল'বই লাগিব বুলি বস্তু নিকিনিব । যিয়ে নহওঁক বস্তুৰ মানদণ্ড চাইহে কিনিব । পইছা আপোনাৰো কষ্টৰ । সেয়ে মই প্ৰতিটো বস্তু লোৱাৰ আগত তাৰ মানদণ্ড চাইহে ব্যৱসায়ৰ কথা পাতো । এই বস্তুকেইবিধ বজাৰত মুকলি কৰাৰ আগত মেনোফেকচাৰে হয়তো হাজাৰ বাৰ পৰীক্ষা কৰিছে, তথাপি মই বিক্ৰী কৰিব লোৱাৰ আগত নিজে ব্যৱহাৰ কৰি চাইছো । সঁচাকৈ তেওঁলোকে কোৱাৰ দৰে হয়নে ? মেনোফেকচাৰক নজনোৱাকৈ কিনি আনিছো । পেকেট খুলি মই আপ্লুত । প্ৰতিটো দিশতে তেওঁলোকে তন্ন তন্নকৈ নিৰীক্ষণ কৰিছে । পেকেটতো খুলিয়ে ভাল লাগি গ'ল । বস্তুটো যাতে সকলোৰে ব্যৱহাৰত অসুবিধা নহয় তাৰ বাবে সুন্দৰকৈ বুজাই এখন গাইড পেপাৰ দিছে । তাত যেনেকৈ উল্লেখ আছে তেনেকৈয়ে ব্যৱহাৰ কৰি চালো । মই সুখী । প্ৰতিটো মাহত ডিছপ'জেল পেডৰ নামত কিমান যে পইছা খৰছ কৰিছিলো । সেইবোৰ পেলোৱাক লৈও চিন্তা । ফ্লেটত থকা আমিবোৰে ডাষ্টবিনত পেলোৱাৰ বাদে অন্য উপায় নাই । সেইবোৰ নি যেতিয়া মিনিওছিপাল্টিৰ মানুহে জাঁৱৰৰ দ'মত পেলাই কুকুৰ - মেকুৰী, গৰু- ছাগলী আদি কৰি ক'ত জীৱ-জন্তুৱেে মুখ লগাই, কিমান যে পৰিিৱেশ বিনষ্ট হয় । আৰু সেেই বোৰৰ পৰা হোৱা আমাৰ বেমাৰ বোৰ । তিনি - চাৰি দিনলৈ লৈ থকা ইয়াৰ পৰা কিমান যে ইনফেকচন হৈছিল । ছোৱালী জনী ডাঙৰ হোৱাত এইবোৰ লৈয়ে চিন্তা কৰি থাকোতেই এদিন হঠাৎ পিৰিয়ড পেণ্টিৰ এড দেখা পালো । সেয়ে অৰ্ডাৰ দি মই প্ৰথমে ব্যৱহাৰ কৰি চালোঁ । এতিয়া তাইকো আনি দিলো । ব্যৱসায়ৰ বাবে এইটো পষ্ট দিয়া নাই । ব্যৱহাৰ কৰি চাওঁক এবাৰ । অযথা আমি বহু টকাই খৰচ কৰো । এবাৰ এইটো আনক এবছৰলৈ টকা খৰচ নহয় আপোনাৰ আৰু ইয়াৰ পৰা হোৱা বেমাৰৰ পৰাও মুক্ত হ'ব । মোক বিশ্বাস কৰিব নালাগে, এবাৰ ডাক্তৰৰ লগতে কথা পাতি লওঁক । মোৰ পেডৰ পৰা হোৱা ইনফেকচনৰ বাবে ডাক্তৰেও পৰামৰ্শ দিছে । এইয়া মোৰ ৰিভিও নহয় । কিনালোকৰ ।

https://www.amazon.in/l/27943762031?me=A3SZD268SYCNSA&tag=ShopReferral_4d472597-e1fb-4720-9e21-0e642b1e598d&ref=sf_seller_app_share_new_ls_srb

https://amzn.in/d/7tIL9al
28/12/2025

https://amzn.in/d/7tIL9al

D'CHICA Essentials Premium Women's Thermal Wear - Complete Winter Protection Stay warm and comfortable all winter long with D'CHICA Essentials' specially designed thermal wear for women. Our women thermal set provides the perfect blend of warmth, comfort, and style for active women who refuse t...

https://amzn.in/d/goL5Jbn
28/12/2025

https://amzn.in/d/goL5Jbn

CONFIDENCE & COMFORT: DChica’s periods panties for young women blend comfort and reliability. Crafted with care, these reusable period panties for women provide discreet protection, offering comfort and confidence during extended wear, whether for everyday use or during periods. SUPERIOR ABSORPTI....

https://melomarts.comLet's place your order according to your choice.
05/12/2025

https://melomarts.com

Let's place your order according to your choice.

Your personal data will be used to support your experience throughout this website, to manage access to your account, and for other purposes described in our privacy policy.

03/12/2025

For order dm please.

Hand painted hoodie
28/10/2025

Hand painted hoodie

09/10/2025

Offer for diwali, interested one DM me.

M to xxlCotton 60*60Embroidery workPant chikan work
04/09/2025

M to xxl
Cotton 60*60
Embroidery work
Pant chikan work

29/08/2025
Grab it before sell
28/08/2025

Grab it before sell

Address

Basistha
Guwahati

Telephone

+919101109717

Website

Alerts

Be the first to know and let us send you an email when Dream Industry & training center posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dream Industry & training center:

Share