27/07/2026
আপোনালোকৰ মৰম, বিশ্বাস আৰু অকুণ্ঠ সহযোগিতাৰ বাবেই আমি যোৰহাট আৰু শিৱসাগৰৰ বানপীড়িত অঞ্চলৰ ১০০টা পৰিয়ালৰ ওচৰলৈ সাহায্য সামগ্ৰী যোগান ধৰিবলৈ সক্ষম হ’লোঁ।
প্ৰতিগৰাকী দাতা, স্বেচ্ছাসেৱক আৰু শুভাকাঙ্ক্ষীক হৃদয়ৰ অন্তঃস্থলৰ পৰা ধন্যবাদ জনালো ।
আহক, আমি একেলগে আগবাঢ়ি আহোঁ আৰু বানপীড়িত মানুহৰ কাষত থিয় দিওঁ। মানৱতাই আমাৰ আটাইতকৈ ডাঙৰ পৰিচয়।
জয় আই অসম। ❤️
( বিশেষ ধন্যবাদ : এছকেণ্ট (NGO), জিতু সন্দিকৈ,ৰাণা সিংহ, অশ্বিনী শইকীয়া, প্ৰিয়ংকিতা প্ৰিয়ম ঠাকুৰীয়া, প্ৰিয়াঞ্জিত পুৰকায়স্থ, হৃদয় কুমাৰ নাথ, স্মৃতিৰেখা বৰুৱা, চিত্ৰাশ্ৰী শইকীয়া, হিমাশ্ৰী কলিতা আৰু আমাৰ নিৰ্মানৰ পৰিয়ালৰ সদস্য সকল ।)