Jamuguri Electrical Sub Division

Jamuguri Electrical Sub Division Energy Company

21/02/2026
33kv jamuguri to sootea will be shutdown Tommorow from 7.am to 10am
16/01/2026

33kv jamuguri to sootea will be shutdown Tommorow from 7.am to 10am

12/01/2026

ইয়াৰ দ্বাৰা জামুগুৰি বিদ্যুত সংমণ্ডলৰ অন্তৰ্গত সকলোঁ গ্ৰাহকক জনোৱা হয় যে যোৱাকালি 11/01/2026ৰ পৰা স্মাৰ্ট মিটাৰ বিলাক সকলো প্ৰিপেইড হৈ গৈছে গতিকে যি গ্ৰাহকৰ মোবাইল নম্বৰ পঞ্জীয়ন হোৱা নাই তেখেত সকল বিদ্যুৎ কাৰ্যালয়ত আহি নম্বৰ টো পঞ্জীয়ন কৰিব কাৰনে অনুৰোধ জনোৱা হল মোবাইল নম্বৰ পঞ্জীয়ন হলে হে সকলো তথ্য মেছেজ দ্বাৰা পাই যাব অথবা MY BIJULE APP ব্যৱহাৰ কৰি সকলো জানিব পাৰিব
ধন্যবাদ

Dear valued consumers 33kv SOOTEA Jamuguri  feeder  will be shutdown on Saturday 13.09.2025,from6.30am to  9.30 am  for ...
12/09/2025

Dear valued consumers
33kv SOOTEA Jamuguri feeder will be shutdown on Saturday 13.09.2025,from6.30am to 9.30 am for maintainance work .
During this period there is a no power supply in entire Jamuguri Sub Divisions Area
Will request the inconvenience caused and request you're kind co- operation

I've just reached 100 followers! Thank you for continuing support. I could never have made it without each and every one...
03/08/2025

I've just reached 100 followers! Thank you for continuing support. I could never have made it without each and every one of you. 🙏🤗🎉

01/08/2025

*-:জাননী:-*

জামুগুৰি বিদ্যুৎ উপসংমণ্ডলৰ সমূহ সন্মানীয় গ্ৰাহকক জনোৱা হয় যে চতিয়া - জামুগুৰি ৩৩ KV বিদ্যুৎ সংযোগৰ CT (Current Transformer) উন্নীত কৰণৰ হেতু *কালিলৈ ইং ০২-০৮-২০২৫ তাৰিখ শণিবাৰে পুৱা ৭ঃ০০ বজাৰ পৰা পুৱা ১০ঃ০০ বজালৈ জামুগুৰি বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত সকলো অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হ'ৱ।*
স্ৱা
উপসংমণ্ডল বিষয়া

বি দ্ৰঃ এই বাৰ্তাটি আপোনালোকৰ পৰিচিতজনলৈ প্ৰেৰণ কৰিবৰ বাবে অনুৰোধ জনালো।

Address

Jamugurihat
784180

Website

Alerts

Be the first to know and let us send you an email when Jamuguri Electrical Sub Division posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category