12/07/2025
ইয়াৰ দ্বাৰা মৰিগাঁও বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত মৰিগাঁও চহৰৰ সন্মানীয় গ্ৰাহক সকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে কালিলৈ ইং ১৩/০৭/২০২৫ ৰবিবাৰে পুৱা ৭:০০ বজাৰ পৰা ১২:০০ বজালৈ আৰু আবেলি ৩:০০ বজাৰ পৰা ৫:০০ বজালৈ মৰিগাঁও চহৰৰ বিদ্যুৎ পৰিবাহী তাৰত লাগি থকা গছ-লতা কাতি সুচাৰুৰুপে বিদ্যুৎ সেৱা আগবঢ়াই যোৱা হেতুকে উল্লেখিত সময়ছোৱাত বিদ্যুৎ সেৱা ব্যাহত থাকিব ।
সেৱাৰ্থে ------মৰিগাঁও বিদ্যুৎ উপ-সংমণ্ডল------