ALgebros

ALgebros " Like the crest of the Peacock ; like the gem on the head of a Snake , so is mathematics at the hea

this group is only for mathematics related topics , fun and facts

১৩/০৯/২০২৪ তাৰিখে অনুস্থিত হৈ যোৱা freshers খিনি ৰ লগত হব লগা 𝙰𝙻𝙶𝙴𝙱𝚁𝙾𝚂 পৰিয়াল বৰ্গৰ চিনাকীৰ কিছু দৃশ্য
16/09/2024

১৩/০৯/২০২৪ তাৰিখে অনুস্থিত হৈ যোৱা freshers খিনি ৰ লগত হব লগা 𝙰𝙻𝙶𝙴𝙱𝚁𝙾𝚂 পৰিয়াল বৰ্গৰ চিনাকীৰ কিছু দৃশ্য

14 March 2024International Day of Mathematicsআমি আজি  অৰ্থাৎ 14March তাৰিখে INTERNATIONAL DAY OF MATHEMATICS (PI Day)উপল...
14/03/2024

14 March 2024

International Day of Mathematics

আমি আজি অৰ্থাৎ 14March তাৰিখে INTERNATIONAL DAY OF MATHEMATICS (PI Day)উপলক্ষে এটা আমাৰ শিক্ষানুষ্ঠানৰ বাহিৰত এটা অনুষ্ঠান উদযাপন কৰিলো,সকলোৱে সহায় সহযোগিতা কৰি অনুষ্ঠানটো চলাই নিয়াত সহায় কৰাৰ বাবে সকলো লৈকে ধন্যবাদ জনালোঁ

অনুষ্ঠান উদযাপনৰ স্হান - Junior College
#দ্রোণাচার্য জুনিয়ৰ কলেজ
সময়- ১২ বজাত

Essay writing competition,
Extempore speech competition
&
Open Puzzle Quiz Competition

আজি অৰ্থাৎ 04/11/2023 তাৰিখে প্ৰতিষ্ঠানৰ সমূহ ছাত্ৰ ছাত্ৰীৰ মাজত MATHEMATICS TALK নামৰ এটা অনুষ্ঠান আয়োজন কৰা হয় । উক্...
04/11/2023

আজি অৰ্থাৎ 04/11/2023 তাৰিখে প্ৰতিষ্ঠানৰ সমূহ ছাত্ৰ ছাত্ৰীৰ মাজত MATHEMATICS TALK নামৰ এটা অনুষ্ঠান আয়োজন কৰা হয় । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা QUIZ COMPETITION আৰু DRAWING COMPETITION (Related to MATHS) ৰ জয়ী হোৱা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো❤️।
আগন্তুক সকলো অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠান সমূহ নিয়াৰিকৈ চলাই নিবা বুলি আমি আশাবাদী।

🎉🎉🎉CONGRATULATIONS TO ALL OFF YOU🎉🎉🎉

আজি অৰ্থাৎ 04/11/2023 তাৰিখে প্ৰতিষ্ঠানৰ সমূহ ছাত্ৰ ছাত্ৰীৰ মাজত MATHEMATICS TALK নামৰ এটা অনুষ্ঠান আয়োজন কৰা হয় । উক্...
04/11/2023

আজি অৰ্থাৎ 04/11/2023 তাৰিখে প্ৰতিষ্ঠানৰ সমূহ ছাত্ৰ ছাত্ৰীৰ মাজত MATHEMATICS TALK নামৰ এটা অনুষ্ঠান আয়োজন কৰা হয় । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি QUIZ COMPETITION আৰু DRAWING COMPETITION (Related to MATHS) আয়োজন কৰা হয়।
উক্ত সভাত উপস্থিত থকা অজন্তা বাইদেউক প্ৰমুখ্য কৰি সকলো শিক্ষক শিক্ষয়িত্ৰী লগতে ALGEBROS CLUB ৰ সমূহ সদস্যক সভাখন সুকলমে পাৰ কৰাই নিয়াৰ বাবে অশেষ ধন্যবাদ।
সভাপতি সম্পাদিকা
ৰাজপ্ৰতিম ডেকা প্ৰণামী দাস

 #  CORNER ত নতুন সংযোজনযোৱা ৩০/০৯/২০২৩ তাৰিখৰ পৰা ALGEBROS CLUB ৰ দ্বাৰা এটা এটা নতুন প্ৰচেষ্টা হাতত লোৱা হৈছে যত আমাৰ ...
02/10/2023

# CORNER ত নতুন সংযোজন
যোৱা ৩০/০৯/২০২৩ তাৰিখৰ পৰা ALGEBROS CLUB ৰ দ্বাৰা এটা এটা নতুন প্ৰচেষ্টা হাতত লোৱা হৈছে যত আমাৰ ALGEBROS CORNER ত এখন Board ৰখা হৈছে আৰু কিছুমান Maths থাকিব লগত Option থাকিব।যিয়ে পাৰে কৰি নিজৰ ৰোল নং লিখিব আৰু আমালৈ প্ৰেৰণ কৰিব। সকলোৱে অংশগ্ৰহণ কৰাৰ আশাৰে,

সভাপতি সম্পাদিকা
ৰাজপ্ৰতিম ডেকা প্ৰণামী দাস

যোৱা ১৫/০৯/২৩ তাৰিখে প্ৰতিষ্ঠানলৈ অহা নৱাগতা সকলৰ লগত ALGEBROS CLUB ৰ এখনি চিনাকি সভা অনুষ্ঠিত হয় । এই সভাত চিনাকি পৰ্ব...
29/09/2023

যোৱা ১৫/০৯/২৩ তাৰিখে প্ৰতিষ্ঠানলৈ অহা নৱাগতা সকলৰ লগত ALGEBROS CLUB ৰ এখনি চিনাকি সভা অনুষ্ঠিত হয় । এই সভাত চিনাকি পৰ্বৰ লগতে গণিতৰ বিভিন্ন সূত্ৰৰ এখনি তালিকা উদ্বোধন কৰা হয় আৰু লগতে গণিতৰ লগত সংগতি ৰাখি বিভিন্ন বিষয়ত ছাত্ৰ ছাত্ৰীৰ মাজত আলোচনা কৰা হয় ।
উক্ত সভাত উপস্থিত থকা অজন্তা বাইদেউক প্ৰমুখ্য কৰি সকলো শিক্ষক শিক্ষয়িত্ৰী লগতে ALGEBROS CLUB ৰ সমূহ সদস্যক সভাখন সুকলমে পাৰ কৰাই নিয়াৰ বাবে অশেষ ধন্যবাদ।
সভাপতি সম্পাদিকা
ৰাজপ্ৰতিম ডেকা প্ৰণামী দাস

যোৱা ১৭/০৬/২৩ তাৰিখে ALGEBROS CLUB ৰ ২০২২-২০২৩ বৰ্ষৰ সদস্য সকলৰ বিদায় সভা অনুষ্ঠিত কৰা হয় ।               উক্ত সভাত উপ...
29/09/2023

যোৱা ১৭/০৬/২৩ তাৰিখে ALGEBROS CLUB ৰ ২০২২-২০২৩ বৰ্ষৰ সদস্য সকলৰ বিদায় সভা অনুষ্ঠিত কৰা হয় ।
উক্ত সভাত উপস্থিত থকা অজন্তা বাইদেউক প্ৰমুখ্য কৰি ALGEBROS CLUB ৰ সমূহ সদস্যক সভাখন সুকলমে পাৰ কৰাই নিয়াৰ বাবে অশেষ ধন্যবাদেৰে
সভাপতি সম্পাদিকা
ৰাজপ্ৰতিম ডেকা প্ৰণামী দাস

New ALgebros Committee15 / 05/ 2023 ❣️
17/05/2023

New ALgebros Committee
15 / 05/ 2023 ❣️

Poly week 202318 March By ALgebros ❤️Late upload
21/04/2023

Poly week 2023
18 March

By ALgebros ❤️

Late upload

14 March 2023International Day of MathematicsNowgong Polytechnicনগাঁও পলিটেকনিক ৰ ছাত্ৰ ছাত্ৰীৰ বাদেও আন আন বিদ্যালয় সম...
21/04/2023

14 March 2023

International Day of Mathematics
Nowgong Polytechnic

নগাঁও পলিটেকনিক ৰ ছাত্ৰ ছাত্ৰীৰ বাদেও আন আন বিদ্যালয় সমূহৰ পৰাও ছাত্ৰ ছাত্ৰী আহি এই সভাত যোগদান কৰিছিল ।

Poster making compitition
&
Open Quiz Competition

বিশেষ অসুবিধাৰ বাবে ফটো সমূহ দিয়াত কিছু পলম হল , তাৰ বাবে ক্ষমাপাৰ্থী ।

National Mathematics Day22/12/22At Nowgong polytechnicBy team ALgebros
30/12/2022

National Mathematics Day
22/12/22
At Nowgong polytechnic
By team ALgebros

New wall magazineInstitute freshers (5.11.22)By Algebros team ❤️
18/11/2022

New wall magazine
Institute freshers (5.11.22)
By Algebros team ❤️

Address

Nagaon
782001

Website

Alerts

Be the first to know and let us send you an email when ALgebros posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share