20/09/2025
চিৰবিদায় জুবিন!
আমাৰ শৈশৱ-যৌৱন ধৰি দশকৰ পিছত দশক অকল তুমিয়েই তুমি আছিলা তোমাৰ মাত-গানেৰে আমাক এনেকৈ মোহাচ্ছন্ন কৰি, তুমিবিহীন আজি কি সতে মানি লওঁ বাৰু আমি?!
নলবাৰী বৈদ্যুতিক উপ-সংমণ্ডল ১ৰ পৰা অশ্ৰুসিক্ত নয়ণৰে যাচিছোঁ একাঁজলি শ্ৰদ্ধাঞ্জলি।