UBS Industries

UBS Industries Chawmain, Golguppa, Snacks etc. food item manufacturer and Food item Packaging

UBS INDUSTRIES এ উজনি অসমৰ প্ৰায়কেইখন জিলাৰ লগতে অৰুণাচল প্ৰদেশৰো কিছু অংশত ব্যৱসায়ীক ভেটি স্থাপন কৰাৰ ক্ষেত্ৰত গুৰুত্...
01/02/2025

UBS INDUSTRIES এ উজনি অসমৰ প্ৰায়কেইখন জিলাৰ লগতে অৰুণাচল প্ৰদেশৰো কিছু অংশত ব্যৱসায়ীক ভেটি স্থাপন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ৰুবুল দাই কালি এটা বছৰ সম্পূৰ্ণ কৰি আজি দ্বিতীয় বৰ্ষ আৰম্ভণি কৰিছে। UBS পৰিয়ালৰ তৰফৰ পৰা ৰুবুল দালৈ এটা বছৰ সম্পূৰ্ণ হোৱাৰ শুভেচ্ছা জনোৱাৰ লগতে অনাগত দিনতো যাতে এনেদৰে UBS INDUSTRIES ক আগবঢ়াই লৈ যায় তাৰে আশা কৰিছো।

আমাৰ ব্যৱসায়ীক প্ৰতিষ্ঠান UBS INDUSTRIES আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱা মিৰা বাইদেউৱে আজি এটা বছৰ সম্পূৰ্ণ ...
26/12/2024

আমাৰ ব্যৱসায়ীক প্ৰতিষ্ঠান UBS INDUSTRIES আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱা মিৰা বাইদেউৱে আজি এটা বছৰ সম্পূৰ্ণ কৰিলে। এগৰাকী মহিলা হিচাপে কাৰিকৰী দিশত আগবঢ়োৱা সহযোগিতা সছাকৈ শলাগীবলগীয়া। UBS INDUSTRIES ৰ জৰিয়তে কাৰিকৰী দিশত মহিলা সবলীকৰণৰ যি অৰিহনা আগবঢ়াইছে সেয়া লেখত লবলগীয়া।। তেখেত যাতে কৰ্মজীৱনত আৰু আগবাঢ়ি যায় তাৰে কামনা কৰিলো।

FastFood বুলি কলে সততে মনলৈ অহা চাউমিনৰ উৎপাদন ক্ষেত্ৰত উজনি অসমত সবলভাৱে নিজৰ ব্যৱসায়ীক স্থান দখল কৰিবলৈ সক্ষম হোৱা UB...
06/11/2024

FastFood বুলি কলে সততে মনলৈ অহা চাউমিনৰ উৎপাদন ক্ষেত্ৰত উজনি অসমত সবলভাৱে নিজৰ ব্যৱসায়ীক স্থান দখল কৰিবলৈ সক্ষম হোৱা UBS INDUSTRIES এ বিভিন্ন ঘাট-প্ৰতিঘাতৰ মাজেৰে আজি 6 নবেম্বৰত তিনিবছৰ সম্পূৰ্ণ কৰিলে। যাৰ অক্লান্ত শ্ৰমৰ সহায়ত UBS INDUSTRIES এ খুব কম সময়ৰ ভিতৰতে উজনি অসমত নিজৰ ব্যৱসায়ীক ভেটি গঢ়িবলৈ সক্ষম হৈছে সেই সহকৰ্মীসকলৰ ওচৰত আমি UBS পৰিয়াল চিৰ কৃতজ্ঞ। বিগত দিনসমূহত আমাক আৰ্থিক ভাৱে সহায় কৰা বহুকেইটা বিত্তীয় প্ৰতিষ্ঠান, বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা তথা দিহা পৰামৰ্শৰে আগবঢ়াই নিয়া সন্মানীয় গ্ৰাহক, পাইকাৰী আৰু খুচুৰা বিক্ৰেতা, উৎপাদন আৰু বিতৰণৰ লগত জড়িত সকলো সহকৰ্মী তথা আমাৰ প্ৰতিষ্ঠানৰ সৈতে জড়িত UBS পৰিয়ালৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। অনাগত দিনটো আপোনালোকৰ পৰা এনেদৰেই আৰ্শীবাদ কামনা কৰিছো।

বজাৰত UBS CHOWMAINৰ বৰ্ধিত চাহিদা পূৰণৰ লক্ষ্যৰে UBS INDUSTRIES ত নতুনকৈ আৰু এটা CHOWMAIN MAKING MACHINE স্থাপন কৰা হল। ...
09/09/2024

বজাৰত UBS CHOWMAINৰ বৰ্ধিত চাহিদা পূৰণৰ লক্ষ্যৰে UBS INDUSTRIES ত নতুনকৈ আৰু এটা CHOWMAIN MAKING MACHINE স্থাপন কৰা হল। অনাগত দিনতো যাতে গুণগত মানদণ্ডৰে আমাৰ PRODUCT সমূহ আপোনালোকৰ মাজলৈ লৈ যাব পাৰো তাৰ বাবে আৰ্শীবাদ বিচাৰিছো।।

27/08/2024

উজনি অসম ঘাইকৈ শিৱসাগৰ, ডিব্ৰুগড, চৰাইদেউ যোৰহাট আদি জিলাত UBS Chawmainৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি UBS INDUSTRIESত নতুনকৈ সংযোজন হবলৈ গৈ আছে Chawmain Noodles ৰ অন্য এটা মেচিন। বৰ্তমান বজাৰত উপলব্ধ UBS CHAWMAIN আৰু UBS HAKKA NOODLES উপৰিও খুব কম সময়ত বজাৰত উপলব্ধ হব চাউমিনৰ আৰু এটা প্ৰকাৰ।

15/08/2024
28/06/2024

UBS INDUSTRIES য়ে আজিৰেপৰা পৰীক্ষামূলক ভাৱে ফুচকা বনোৱা আৰম্ভণি কৰিছো। আপোনালোকৰ সহায় সহযোগিতা আৰু আৰ্শীবাদ আমাৰ কাম্য।।

Address

ডিমৌ, শিৱসাগৰ
Sivasagar
785662

Opening Hours

Monday 8am - 9:30pm
Tuesday 8am - 9:30pm
Wednesday 8am - 9:30pm
Thursday 8am - 9:30pm
Friday 8am - 9:30pm
Saturday 8am - 9:30pm
Sunday 8am - 9:30pm

Telephone

+919435313530

Website

Alerts

Be the first to know and let us send you an email when UBS Industries posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to UBS Industries:

Share