Signor Academy ,Sonari

Call Directions Website Contact the business

Signor Academy ,Sonari Signor Academy, Sonari
(A senior secondary school)
Class 6 to 10(English+Assamese)
Class 11 and 12 (Science+Arts) Senior Secondary School for Classes 9 to 12

SIGNOR ACADEMY, SONARI-ত অনুষ্ঠিত হয় এক বিশেষ Motivational & Career Counselling Sessionএই বিশেষ অনুষ্ঠানত আমাৰ মাজত উপস...
27/09/2026

SIGNOR ACADEMY, SONARI-ত অনুষ্ঠিত হয় এক বিশেষ Motivational & Career Counselling Session

এই বিশেষ অনুষ্ঠানত আমাৰ মাজত উপস্থিত থাকে বিশিষ্ট Motivational Speaker, Career Counsellor আৰু Senior National Journalist — Jyotirmoy Hazarika Sir।

তেখেতৰ মূল্যৱান বক্তব্য, অনুপ্ৰেৰণাদায়ক চিন্তা আৰু কেৰিয়াৰ সম্পৰ্কীয় দিক-নিৰ্দেশনাই আমাৰ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ লক্ষ্য নিৰ্ধাৰণ, সঠিক কেৰিয়াৰ বাছনি আৰু ভৱিষ্যতৰ বাবে আত্মবিশ্বাসেৰে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰে।

We sincerely thank Jyotirmoy Hazarika Sir for sharing his valuable insights, experience and words of inspiration with our students.


24/09/2026

#জয় জুবিন দা

20/09/2026

ZUBEEN QUIZ 1.0
SIGNOR Signor Academy ,Sonari
(A SENIOR SECONDARY SCHOOL)
QUIZ প্ৰতিযোগীতা খনৰ কিছু দৃশ্যাংশ...

#জয় জুবিন দা

ঈশ্বৰ পুত্ৰ, মানৱ দৰদী, হাৰ্টথ্ৰব, অসম সন্তান জুবিন গাৰ্গ দেৱৰ প্ৰথম মৃত্যু বাৰ্ষিকীত তেখেতক সুঁৱৰি Signor Academy, Sona...
20/09/2026

ঈশ্বৰ পুত্ৰ, মানৱ দৰদী, হাৰ্টথ্ৰব, অসম সন্তান জুবিন গাৰ্গ দেৱৰ প্ৰথম মৃত্যু বাৰ্ষিকীত তেখেতক সুঁৱৰি Signor Academy, Sonari
(A Senior Secondary School) এ
শিক্ষক শিক্ষয়ত্ৰী , ছাত্ৰ ছাত্ৰী আৰু পৰিচালনা সমিতিৰ উপস্থিতিত এক ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰে।
বন্তি প্ৰজ্বলন ৰ দ্বাৰা আৰম্ভ হোৱা এই বিশেষ অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ মাজত এখন QUIZ COMPETITION (ZUBEEN QUIZ 1.0) আয়োজন কৰা হয়।
যাৰ মূল উদ্দেশ্য আহিব লগা প্ৰতিটো প্ৰজন্মই যাতে তেওঁক একেদৰে মনত ৰাখে লগতে শ্ৰদ্ধা আৰু মৰমেৰে সুঁৱৰে ।

#জয় জুবিন দা

Congratulations to another proud achiever of Signor Academy. তোমাৰ এই উজ্জ্বল সফলতাই আমাৰ সকলোকে গৌৰৱান্বিত কৰিছে। আগন্ত...
06/09/2026

Congratulations to another proud achiever of Signor Academy.
তোমাৰ এই উজ্জ্বল সফলতাই আমাৰ সকলোকে গৌৰৱান্বিত কৰিছে। আগন্তুক দিনবোৰৰ বাবে আন্তৰিক শুভকামনা।

শিক্ষক দিৱসৰ প্ৰাক- মুহূৰ্তত গুৰু - শিষ্যৰ  সুন্দৰ এক আলোকচিত্ৰ।
04/09/2026

শিক্ষক দিৱসৰ প্ৰাক- মুহূৰ্তত গুৰু - শিষ্যৰ সুন্দৰ এক আলোকচিত্ৰ।

🎉 A PROUD MOMENT FOR OUR SCHOOL! 🎉We are delighted to share the wonderful achievement of our student Riki Phukon, who ha...
03/09/2026

🎉 A PROUD MOMENT FOR OUR SCHOOL! 🎉

We are delighted to share the wonderful achievement of our student Riki Phukon, who has secured a seat in the prestigious Computer Science & Engineering (CSE) programme at Jorhat Engineering College through CEE 2026. 💻🎓

Riki’s success is a result of his hard work, dedication, perseverance, and consistent academic efforts. This achievement is a matter of great pride for Riki, his parents, and the entire Signor Senior Secondary School family. 🌟

👏 Heartiest congratulations, Riki!

Your achievement inspires our younger students to dream big, work hard, and strive for excellence.

We wish you a bright and successful journey ahead in the field of Computer Science & Engineering. May you continue to make us proud! 🚀

Dream Big. Work Hard. Achieve Greatness.

আমাৰ শিক্ষাৰ্থীসকলৰ সাফল্য  বিগত বছৰবোৰ দৰে এই বছৰো আমাৰ শিক্ষাৰ্থীসকলে  সৰ্বভাৰতীয় আৰু ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা প্ৰ...
03/09/2026

আমাৰ শিক্ষাৰ্থীসকলৰ সাফল্য

বিগত বছৰবোৰ দৰে এই বছৰো আমাৰ শিক্ষাৰ্থীসকলে সৰ্বভাৰতীয় আৰু ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষাত (NEET /CEE ,2026 ) উত্তীৰ্ণ হৈ অসমৰ আগশাৰীৰ অভিযান্ত্ৰিক আৰু চিকিৎসা মহাবিদ্যালয়ত আসন লাভ কৰি Signor Academy পৰিয়াললৈ গৌৰৱ কঢ়িয়াই আনিছে।

আমাৰ শিক্ষাৰ্থীসকলৰ এই কৃতিত্বই আগন্তুক প্ৰজন্মকো নিজৰ লক্ষ্যত উপনীত হ’বলৈ অনুপ্ৰাণিত কৰিব ।তেওঁলোকলৈ আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ শুভেচ্ছা জনালোঁ ।

UMRANGSHU🍃🌿
26/08/2026

UMRANGSHU🍃🌿

NEET (UG) ২০২৬-ত উজ্জ্বল সফলতা অৰ্জন কৰা (587/720), AIR- 15045, ম: ছুফিয়ান দেৱানক তেওঁৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা আৰু...
24/07/2026

NEET (UG) ২০২৬-ত উজ্জ্বল সফলতা অৰ্জন কৰা (587/720), AIR- 15045, ম: ছুফিয়ান দেৱানক তেওঁৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰাৰ এক গৌৰৱময় মুহূৰ্ত।" 💐

Address

Ward No. 1 Opposite Bpbm Hs School
Sonari
785690

Alerts

Be the first to know and let us send you an email when Signor Academy ,Sonari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Signor Academy ,Sonari:

Shortcuts

Share