19/09/2026
🎶 অসমীয়া সংগীতৰ এক অমৰ কণ্ঠ…
আপোনাৰ সুৰ, সংগীত আৰু সৃষ্টি সদায় আমাৰ হৃদয়ত জীয়াই থাকিব। ❤️
Remembering Zubeen Garg with deep respect and heartfelt tribute. 🙏
আপোনাৰ সংগীত কেতিয়াও নোহোৱা নহয়—
ই সদায় আমাৰ মাজত বাজি থাকিব। 🎵
🕯️ গভীৰ শ্ৰদ্ধাঞ্জলি
— Air Action Detergent